GOOD
INDIA
ASSAM
গৌৰীপুৰত অবৈধ জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, ২০জনক আটক

ধুবুৰী জিলাৰ গৌৰীপুৰত দীপাৱলীৰ মাজতে অবৈধ জুৱা আৰু বেটিং চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা অভিযানত ২০জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। দেওবাৰে নিশা গৌৰীপুৰ থানাৰ অন্তৰ্গত আছাৰিকান্দি আৰু বেগুনতলীত একেলগে দুটা পৃথক স্থানত অভিযান চলাই আৰক্ষীয়ে এই সফল
Read the original at নিয়মীয়া বাৰ্তা ↗