GOOD
INDIA
ASSAM
টুপামাৰীত আৰক্ষীৰ জালত দুৰ্ধৰ্ষ চোৰৰ গেং

কামৰূপৰ নগৰবেৰাৰ টুপামাৰী আৰক্ষীৰ জালত পৰে বহিঃৰাজ্যৰ এটা চোৰৰ গেং | আৰক্ষীয়ে গেংটোৰ চাৰিজনক গ্ৰেপ্তাৰ কৰে যদিও এজন পলাই যাবলৈ সক্ষম হয়। আৰক্ষীয়ে বিলাসী বাহনসহ চাৰিটা চুৰি মোবাইল উদ্ধাৰ কৰে | টুপামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চম্
Read the original at নিয়মীয়া বাৰ্তা ↗