GOOD
INDIA
ASSAM
প্ৰধানমন্ত্ৰীৰ উপস্থিতিত নতুন দিল্লীত ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সামৰণী অনুষ্ঠান

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ বৰ্ষজোৰা কাৰ্যসূচীৰ ভৱ্য সামৰণী অনুষ্ঠান অনুষ্ঠিত হ’ব দেশৰ ৰাজধানী নতুন দিল্লীত। নতুন দিল্লীৰ ঐতিহ্যমণ্ডিত ভাৰত মণ্ডপমত অত্যন্ত আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰা হ’ব এই বিশেষ অনুষ্ঠান। দিছপুৰৰ লোকসেৱা ভ
Read the original at নিয়মীয়া বাৰ্তা ↗