GOOD
INDIA
ASSAM
দুই যাত্ৰীবাহী ৰে’লৰ ভয়ংকৰ মুখামুখি সংঘৰ্ষ : নিহত ৭, আহত ১০০ৰো অধিক

ডিজিটেল ডেস্ক, ৯ নৱেম্বৰ : ইজিপ্তত সংঘটিত হৈছে এক ভয়াৱহ ৰে’ল দুৰ্ঘটনা। দুখন যাত্ৰীবাহী ৰে’লৰ মুখামুখি সংঘৰ্ষৰ ফলত অন্ততঃ ৭জন যাত্ৰী নিহত হোৱাৰ লগতে ১২০জনৰো অধিক যাত্ৰী গুৰুতৰভাৱে আহত হৈছে। দেওবাৰে ইজিপ্তৰ গিজা প্ৰদেশত এই ভয়াৱহ দুৰ্ঘটনাটো স
Read the original at নিয়মীয়া বাৰ্তা ↗