GOOD
INDIA
ASSAM
ৰঙানদীত প্ৰশাসনৰ উচ্ছেদ অভিযান, ৩২খন ব্যৱসায়িক প্ৰতিষ্ঠানত চলিল বুলড’জাৰ

ডিজিটেল ডেস্ক, ৬ নৱেম্বৰ : লখিমপুৰৰ ৰঙানদী সমষ্টিৰ অন্তৰ্গত ১নং ধৰ্মপুৰ বজাৰত জিলা প্ৰশাসন আৰু ৰাজহ চক্ৰৰ যৌথ উদ্যোগত এক বিশাল উচ্ছেদ অভিযান চলোৱা হয়। দীৰ্ঘদিন ধৰি চৰকাৰী ভূমি অবৈধভাৱে দখল কৰি থকা বেদখলকাৰীসকলৰ বিৰুদ্ধে অৱশেষত প্ৰশাসনে শুক
Read the original at নিয়মীয়া বাৰ্তা ↗